পৰীক্ষা

COVID-19 পৰীক্ষাৰ বাবে চৰকাৰী অনুমোদিত লেবৰেটৰীৰ তালিকা

কেন্দ্ৰীয় চৰকাৰে সন্দেহযুক্ত কৰ’ণা ভাইৰাছ কেছসমূহৰ নমুনা পৰীক্ষাৰ বাবে চৰকাৰ নিযুক্ত পৰীক্ষাগাৰ ২৮৩ লৈ বঢ়ায়, আৰু ৩ টা পৰীক্ষাগাৰ নমুনা সংগ্ৰহৰ বাবে অনুমোদন দিয়ে। তদুপৰি অতিৰিক্ত ৯৪ টা ব্যক্তিগত পৰীক্ষাগাৰক COVID19 পৰীক্ষাৰ বাবে অনুমোদন দিয়া হয়। 

ইয়াৰ সৈতে সংযোগ কৰি,  ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদ (ICMR) এ COVID19 পৰীক্ষাৰ বাবে উপযুক্ত ৬টা চৰকাৰী পৰীক্ষাগাৰ পাইছিল যদিও এই পৰীক্ষাগাৰকেইটা ICMR ৰ দ্বাৰা সমৰ্থিত নহয় । ICMR এ এই লেবসমূহক ডায়েগ্নস্টিক কিটৰ যোগান নধৰে , কিন্তু ৰাজ্যচৰকাৰৰ নিৰ্দেশনা অনুসাৰে এই লেবসমূহে পৰীক্ষণ কাৰ্য আৰম্ভ কৰিব পাৰিব ।

COVID-19 ৰ নমুনা সংগ্ৰহ আৰু পৰীক্ষাৰ বাবে অনুমতি প্ৰাপ্ত পৰীক্ষাগাৰ সমূহৰ বিষয়ে মানচিত্ৰখনৰ নিৰ্দিষ্টবিন্দুত click কৰিলে জানিব পাৰিব।